December 2, 2021 দ’ পুখুৰীত আৱদ্ধ পাঁচটা বনৰীয়া হাতী Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ লখিপুৰত বুধবাৰে নিশা দূৰ্ভাগ্যক্ৰমে পোৱালীৰ সৈতে পাঁচটা বনৰীয়া হাতী দ’ পুখুৰীত পৰে। ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ। কিন্তু এতিয়াও হাতীকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ । Author: দৈনন্দিন বাৰ্তা Related Articles পঁইতা ভাতৰ উপকাৰিতাঃ পঁইতা ভাতৰ সৈতে কিয় খাব লাগে কেঁচা পিঁয়াজ ? দৈনন্দিন বাৰ্তা - July 5, 2026 ৯ বছৰৰ কৰ্মজীৱনৰ কৰুণ সমাপ্তিঃ শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিজু ডেকাই দৈনন্দিন বাৰ্তা - July 5, 2026 দোকানৰ ভিতৰত সোমালে চলন্ত গাড়ীঃ কথমপি প্ৰাণ ৰক্ষা দোকানিৰ দৈনন্দিন বাৰ্তা - July 5, 2026