Breaking

৬ জানুৱাৰীৰ পৰা অযোধ্যাত আৰম্ভ হ’ব বিমান সেৱা…

0 34

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পূৰ্বে ভক্তৰ বাবে সুখবৰ! ৬ জানুৱাৰীৰ পৰা অযোধ্যাত আৰম্ভ হ’ব বিমান সেৱা।

৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব অযোধ্যাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

অযোধ্যাৰ পৰা দিল্লী, আহমেদাবাদ, কলকাতা, মুম্বাই, হায়দৰাবাদ, বেংগালুৰু, চেন্নাই আৰু গোৱাৰ সৈতে এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিব বিমান চলাচল।

Leave A Reply