Breaking

চাকি জ্বলোৱাৰ সময়ত এই ৫টা নিয়ম মানি চলক…

0 71

হিন্দু ধৰ্মত চাকি জ্বলোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু শুভ বুলি গণ্য কৰা হয়। চাকি জ্বলোৱা অবিহনে পূজাক অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। বহুতে ঘিৰ চাকি জ্বলোৱাৰ বিপৰীতে আন কিছুমানে তেলৰ চাকি জ্বলাই।জ্যোতিষশাস্ত্ৰত ঈশ্বৰৰ সন্মুখত চাকি জ্বলোৱাৰ বাবে বহুতো নিয়মৰ কথা উল্লেখ কৰা হৈছে। চাকি জ্বলোৱাৰ সময়ত কি কি নিয়ম মানি চলিব লাগে জানো আহক-

মনত ৰাখিব যে যদি আপুনি পূজা-পাতলত ঘিউৰ চাকি জ্বলাই তেন্তে সেয়া সদায় ঈশ্বৰৰ সোঁহাতে ৰাখিব লাগে। ঘিউৰ চাকি কেৱল সোঁহাতে ৰাখিব লাগে।

যদি আপুনি উপাসনাত তেলৰ চাকি জ্বলাই, তেন্তে এই চাকি সদায় ঈশ্বৰৰ বাওঁহাতত ৰাখিব লাগে। বাওঁহাতত তেলৰ চাকি ৰখাটো শুভ বুলি গণ্য কৰা হয়।



Leave A Reply