May 25, 2024 ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি… Share FacebookTwitterWhatsAppTelegramKooEmail পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি। ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে ৩১ মে’লৈকে বৃদ্ধি কৰা হৈছে এই সময়। পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ অব্যাহত থাকিব সেৱা। বন বিভাগে এক জাননীযোগে প্ৰকাশ কৰিছে এই কথা। Author: দৈনন্দিন বাৰ্তা Related Articles ALCHERINGA 2026: গুৱাহাটীত অনুষ্ঠিত হ’ব ৩০ সংখ্যক ALCHERINGA 2026 দৈনন্দিন বাৰ্তা - January 27, 2026 Padma Awards 2026: ঘোষণা হ’ল ২০২৬ বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম দৈনন্দিন বাৰ্তা - January 25, 2026 Garima Saikia Garg: সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ দৈনন্দিন বাৰ্তা - January 25, 2026