October 9, 2023 কাজিৰঙাৰ বাগৰি বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী… Share FacebookTwitterWhatsAppTelegramKooEmail কাজিৰঙাত অঘটন৷ বাগৰি বনাঞ্চলত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী৷ বাগৰি বনাঞ্চলৰ ভৈচামাৰী এলেকাত কৰ্তব্যৰত অৱস্থাত সংঘটিত হয় এই ঘটনা৷ আহত বনকৰ্মী জনৰ নাম নাৰায়ন দাস ৷ Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026