প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেহাৱসান

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেহাৱসান।

মৃত্যুৰ সময়ত দেৱকান্ত মহন্তৰ বয়স আছিল ৯৯ বছৰ।

দেওবাৰে নিশা ৯-৩০ বজাত দেহাৱসান দেৱকান্ত মহন্তৰ।

দেৱকান্ত মহন্তৰ বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ো গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Related Articles