Breaking

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন অগ্ৰাহ্য…

0 37

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন অগ্ৰাহ্য৷

উচ্চতম ন্যায়ালয়ে অগ্ৰাহ্য কৰিলে ছিছ’দিয়াৰ জামিন আবেদন৷

দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰি সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল ছিছ’দিয়াক৷ ২৬ ফেব্ৰুৱাৰীত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’দিয়াক৷

Leave A Reply