Breaking

প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ দেহাৱসান…

0 106

প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মন আৰু নাই।


দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মন।


৮৭ বছৰ বয়সত নলবাৰীত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ।


‘হৃদয়ৰ সংলাপ’ নামৰ আত্মজীৱনীৰ বাবে ৰমণী বৰ্মনলৈ আগবঢ়োৱা হৈছিল জীৱন শিল্পী আদ্য শৰ্মা বঁটা।

Leave A Reply