Breaking

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সহ-পৰিচালক, ক্ৰীড়া সংগঠক সহজানন্দ ওজাৰ দেহাৱসান…

0 81

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সহ-পৰিচালক, ক্ৰীড়া সংগঠক সহজানন্দ ওজাৰ দেহাৱসান। এডিপি কলেজৰ প্ৰাক্তন উপাধ্যক্ষ আছিল তেওঁ।

নগাঁৱৰ পৰা প্ৰকাশিত “আমাৰ নগাঁও” নামৰ কাকতখনকৰ সম্পাদনাৰ সৈতেও জড়িত আছিল এইগৰাকী বিশিষ্ট সাংবাদিক।

অসম ক্ৰিকেট সংস্থাৰ সাধাৰণ সম্পাদক আছিল সহজানন্দ ওজা।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। ওজাই ইহ সংসাৰত পত্নী আৰু দুই পুত্ৰক এৰি থৈ গৈছে ৷ বিশিষ্ট ক্ৰীড়া সংগঠক তথা শিক্ষাবিদগৰাকীৰ মৃত্যুত নগাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে।

Leave A Reply