Breaking

ৰাজ্যিক মৰ্যাদাৰে সোণাৰিত সম্পন্ন কৰা হ’ব প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী শৰৎ বৰকটকীৰ অন্ত্যেষ্টিক্ৰিয়া…

0 209

ৰাজ্যিক মৰ্যাদাৰে সোণাৰিত সম্পন্ন কৰা হ’ব প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী শৰৎ বৰকটকীৰ অন্ত্যেষ্টিক্ৰিয়া৷

মৃত্যুৰ পূৰ্বে নেত্ৰ দান কৰিছিল শৰৎ বৰকটকীয়ে৷

ইতিমধ্যে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বৰকটকীৰ কৰ্ণিয়া সংগ্ৰহ কৰিছে GMCHয়ে৷

Leave A Reply