গেৰুৱা বসন পিন্ধিলে ৰূপজ্যোতি কুৰ্মীয়ে

চাৰিবাৰকৈ মৰিয়নিৰ পৰা বিধায়ক পদত নিৰ্বাচিত হোৱা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মিয়ে পিন্ধিলে গেৰুৱা বসন। লক্ষীমপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰে কুৰ্মীয়ে। ১৮ জুন ২০২১ৰ শুকুৰবাৰে কংগ্ৰেছ দল ত্যাগ কৰে বিধায়ক গৰাকীয়ে। কংগ্ৰেছ দল ত্যাগ কৰাৰ দুদিন পিছতেই বিজেপিত যোগদান কৰে কুৰ্মীয়ে।

Related Articles