Breaking

চিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছাঞ্চামান লিম্বুৰ দেহাবসান

0 12

চিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছাঞ্চামান লিম্বুৰ দেহাবসান । বহু দিন ধৰি অসুস্থ হৈ থকা লিম্বুৱে আজি STNM হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৩ বছৰ।