Breaking

জিম্বাৱৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হিথ ষ্ট্ৰীকৰ ৪৯ বছৰ বয়সত দেহাৱসান…

0 55

জিম্বাৱৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হিথ ষ্ট্ৰীকৰ দেহাৱসান।

৪৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। কৰ্কট ৰোগত আক্ৰান্ত হৈছিল প্ৰখ্যাত অলৰাউণ্ডাৰগৰাকী।

তেওঁৰ মৃত্যুৰ কথা ছ’চিয়েল মিডিয়াত নিশ্চিত কৰে পত্নীয়ে।

Leave A Reply