Breaking

নাজিৰাৰ কলেজ তিনিআলিত নাজিৰা নগাআলিৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন…

0 70

আজি নাজিৰাৰ কলেজ তিনিআলিত সাংসদ তপন কুমাৰ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নাজিৰাৰ ঐতিহাসিক নগা আলিৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিগত কেইবাবছৰৰ পৰা নাজিৰা এই ঐতিহাসিক নগাআলি অতি বিধ্বস্ত হৈ আছিল। এই বিধ্বস্ত পথছোৱাই অহাযোৱা কৰোতে যমৰ যাতনা ভুগিব লগীয়া হৈছিল স্থানীয় ৰাইজ।

আজি এই বিধ্বস্ত নাজিৰা নগা আলিৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সাংসদ তপন কুমাৰ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।


নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply