Breaking

ডবকাত ভয়ংকৰ পথ দূৰ্ঘটনা, শিশুসহ নিহত চাৰিজন

0 612

হোজাইৰ ডবকাৰ ভেলুগুৰিত ভয়ংকৰ পথ দূৰ্ঘটনা। বিহুৰ প্ৰাকক্ষণত দূৰ্ঘটনা।শিশুসহ নিহত চাৰিজন আৰু সংকট জনক অৱস্থাত ৫ জন।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত খুন্দামাৰে তীব্ৰবেগী ইনভা বাহনে। দূৰ্ঘটনাগ্ৰস্ত বাহনৰ নম্বৰ AS 01 AW 4613.নিহত আৰু আহত পৰিয়ালৰ লোকসকলৰ পৰিচয় জানিব পৰা নাই।

Leave A Reply