Breaking

ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাকে একে লগে মহটিয়াই নিলে ৪ যুৱকক

0 114

গোসাঁইগাঁৱৰ গুৰুফেলত ভয়ংকৰ দুৰ্ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথত একে লগে মহটিয়াই নিলে ৪ যুৱকক।

মালবাহী ট্ৰাকে মহটিয়াই নিলে চাৰিজনক। ৩১ নম্বৰ(গ)ৰাষ্ট্ৰীয় ঘাইপথৰ গুৰুফেলাত এই দুৰ্ঘটনা।

যুৱককেইজনে পূৰ্বৰ দৰে বুধবাৰেও আৰক্ষীৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা সময়ত এই ঘটনা ঘটে।

ৰাষ্ট্ৰীয় পথত দৌৰি থকা সময়ত তীব্ৰ বেগত অহা এখন মালবাহী ট্ৰাক মহটিয়াই নিয়াত যুৱক কেইজন গুৰুতৰভাৱে আহত হয়।

চাৰিওজনৰ অৱস্থা সংকটজনক। বহু সময় ধৰি পৰি আছিল ৰাষ্ট্ৰীয় ঘাইপথত।

যুৱক কেইজন ক্ৰমে, সাধু ৰায়, মহেশ্বৰ ৰায় আৰু ৰাকেশ ৰায়,হ্ৰিদয় ৰায় বুলি জানিব পৰা গৈছে।

Leave A Reply