তামুলপুৰৰ গুৱাবাৰীত বিনামূলীয়া স্বাস্থ্য শিবিৰ…

তামুলপুৰৰ গুৱাবাৰীত বিনামূলীয়া স্বাস্থ্য শিবিৰ।

ৰয়েল ইনষ্টিউট অফ এলাইত এণ্ড হেল্ড চাইন্সৰ পৰা বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয়।

কেবাশতাধিক লোকক চিকিৎসা প্ৰদান কৰা হয় এই স্বাস্থ্য পৰীক্ষা শিবিৰত।

বৃহত্তৰ গুৱাবাৰী অঞ্চলৰ লোকসকলে বিনামূলীয়াকৈ হিমগ্লোবিন, ব্লাড চুগাৰ, উচ্চ ৰক্তচাপৰ পৰীক্ষা, বি এড আই টেষ্ট কৰিবলৈ সক্ষম হয়।

ৰয়েল ইনষ্টিউট অফ এলাইত এণ্ড হেল্ড চাইন্সৰ পৰা বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয় ৰোগী সকলক।

Related Articles