দেৰগাঁৱৰ সমীপৱৰ্তী কাকডোঙাত বিনামূলীয়া সমৰকলা প্ৰশিক্ষণ শিৱিৰ

খঙ্গীয়া অ’ল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰৰ অধীনত কাকডোঙা অলষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰৰ উদ্যোগত ৬জুলাই পৰা ২১ জুলাইলৈ কাকডোঙা শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈছে বিনামূলীয়া সমৰকলা প্ৰশিক্ষণ।

বৃহত্তৰ কাকডোঙা অঞ্চলৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সমৰকলা প্ৰশিক্ষণ শিৱিৰত মুখ্য প্ৰশিক্ষক হিছাপে চেনচেই সঞ্জীৱ বৰাই প্ৰশিক্ষণ প্ৰদান কৰিছে।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

Related Articles