যোৰহাটৰ লহপহীয়া চাহবাগিছাত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন…

যোৰহাটৰ লহপহীয়া চাহবাগিছাত বিনামূলীয়া চিকিৎসা শিবীৰ সম্পন্ন
অনামিকা ফাউণ্ডেচনৰ উদ্যোগত লহপহীয়া বাগান প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ সহযোগত ৪ চেপ্তেম্বৰ তাৰিখত এটা বিনামূলীয়া চিকিৎসা শিবীৰ সম্পন্ন হয় ।

লহপহীয়া বাগান প্ৰাথমিক চিকিৎসালয়ৰ কোঠাত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবীৰটি , সমাজকৰ্মী জগন্নাথ অগ্নবৰাই উদ্ধোধন কৰে ।

চিকিৎসা শিবীৰত প্ৰায় শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে ডাক্টৰ নিতুমণি হাজৰিকাই । বিশেষকৈ দাঁতৰ ৰোগৰ পৰীক্ষা প্ৰেছাৰ , ব্লাড চুগাৰ আদি পৰীক্ষা কৰা চিকিৎসা শিবীৰটোত বিনামূলীয়াকৈ ঔষধ যোগানৰ ব্যৱস্থাও উদ্যোক্তা সকলে কৰে । চিকিৎসা শিবিৰত অনামিকা ফাউণ্ডেচনৰ সদস্য হিমাংশু দত্ত ই উদ্দেশ্যবাখ্যা আৰু আতধৰা কায্যসুচীত , গৌতম বৰা , মালৱীকা বৰাই পূৰ্ণ সহযোগ কৰে ।

Related Articles