১৯৮৪ চনৰ পৰা ২০২৩ চনলৈ উচ্চ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰা সকল ক্ৰমে…

১৯৮৪ চনৰ পৰা ২০২৩ চনলৈ উচ্চ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰা সকল ক্ৰমে* :-

*১/ ১৯৮৪ চন = ৰীতা ডেকা গুৱাহাটী

*২/ ১৯৮৫ চন= দিপাঙ্কৰ বৈৰাগী, গুৱাহাটী

*৩/ ১৯৮৬ চন=

*৪/ ১৯৮৭ চন= অভিজিৎ বৰুৱা, যোৰহাট

*৫/ ১৯৮৮ চন=

*৬/ ১৯৮৯ চন= মৃণাল কলিতা
বামুন্দী কামৰূপ

*৭/ ১৯৯০ চন=

*৮/ ১৯৯১ চন= গৌৰাঙ্গ লাল দাস, বৰপেটা

*৯/ ১৯৯২ চন= শঙ্কৰাচাৰ্য লস্কৰ, গুৱাহাটী

*১০/ ১৯৯৩ চন= দেৱাশিষ বৰা, জামুগুৰিহাট

*১১/ ১৯৯৪ চন= ক) অম্লান জ্যোতি গোস্বামী, গুৱাহাটী
*খ) অনুপম দত্ত= গুৱাহাটী

*১২/১৯৯৫ চন= চিৰঞ্জীৱ দত্ত, তিনিচুকীয়া

*১৩/ ১৯৯৬ চন= পল্লৱ গোস্বামী, মৰিগাঁও

*১৪/ ১৯৯৭ চন= নিলাক্ষী গোস্বামী, পাটাছাৰকুছি

*১৫/ ১৯৯৮চন= ত্ৰিনয়ন বৰা, দেৰগাঁও

*১৬/ ১৯৯৯ চন= মোজ্জামিল হুছেইন

*১৭/ ২০০০চন= বন্দিতা ফুকন, তেজপুৰ

*১৮/ ২০০১= অৰিজিৎ ফুকন, বিহপুৰীয়া

*১৯/ ২০০২ চন= নিৰঞ্জনা ডেকা, তেজপুৰ

*২০/ ২০০৩ চন= বিশ্বজিৎ বৰা, গুৱাহাটী

*২১/ ২০০৪ চন= দেৱাঙ্গ ৰাজ নেওগ= গুৱাহাটী

*২২/ ২০০৫ চন= অনুপম মজুমদাৰ= নগৰবেৰা

২৩/ ২০০৬ চন= অৰিন্দম নাথ= নলবাৰী

*২৪/ ২০০৭ চন= ফাৰহানা অঞ্জুমান হাছান, যোৰহাট

*২৫/ ২০০৮ চন= মণিময় বুজবৰুৱা, গুৱাহাটী

*২৬/ ২০০৯ চন= প্ৰিয়ানুজ ভূঞা, নগাঁও

*২৭/ ২০১০ চন= যুগল তালুকদাৰ, বৰপেটা

*২৮/ ২০১১চন= প্ৰকাশ জ্যোতি কলিতা, পাঠশালা

*২৯/ ২০১২ চন= ক) জ্ঞান দ্বীপ শৰ্মা, বোকাখাট
*খ) ভাস্বতী ডেকা= মালিগাঁও
*গ) স্ততি খাউণ্ড= বিশ্বনাথ চাৰিআলি

*৩০/ ২০১৩ চন= ইজাজ আহমেদ, বৰপেটা

*৩১/ ২০১৪ চন= অচ্যুত ৰঞ্জন গগৈ, শিৱসাগৰ

*৩২/ ২০১৫ চন= ৰিপুঞ্জয় কলিতা, বৰপেটা

*৩৩/ ২০১৬ চন= ছৰফৰাছ হুছেইন, গুৱাহাটী

*৩৪/ ২০১৭ চন= পাৰ্থ প্ৰতিম ভূঞা, টিহু

*৩৫/ ২০১৮ চন= ৰক্তিম ভূঞা, শোণিতপুৰ

*৩৬/ ২০১৯ চন= মেঘালী বৰা, লক্ষীমপুৰ

*৩৭/ ২০২০ চন= ধৃতিৰাজ বাস্তৱ কলিতা, মঙ্গলদৈ
৩৮/২০২৩ চন= হৃদম ঠাকুৰীয়া, ঢ়েকীয়াজুলী, শোণিতপুৰ

Related Articles