আজিৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’ব উদ্বোধনী মেচ।
গুগল ডুডলেও আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ আৰম্ভণি উদযাপন কৰে।

প্ৰথমখন খেলত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব।
বিয়লি ২ বজাত মুকলি হ’ব।