Breaking

পোহৰৰ উৎসৱ দীপাৱলীক লৈ পূৰ্ণ প্ৰস্তুতি ৰাম নগৰী অযোধ্যাত। ৫১ টা ঘাটত জ্বলাব বন্তি…

0 52

পোহৰৰ উৎসৱ দীপাৱলীক লৈ পূৰ্ণ প্ৰস্তুতি ৰাম নগৰী অযোধ্যাত। অহা ১১ নৱেম্বৰত অযোধ্যাত পোহৰৰ উৎসৱৰ পূৰ্বে আজি যোগী চৰকাৰৰ সমগ্ৰ কেবিনেট অযোধ্যাত বহিব। প্ৰায় ৪ ঘণ্টাৰ বাবে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ অযোধ্যালৈ আহিছে মুখ্যমন্ত্ৰী যোগী।

ইয়াৰ উপৰিও অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া দীপাৱলীৰ প্ৰস্তুতিৰ বুজ ল’ব মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলে। এইবাৰ অযোধ্যাৰ ৫১ ঘাটত ২৪ লাখ চাকি জ্বলাই এক নতুন বিশ্ব অভিলেখ গঢ়ি তোলাৰ প্ৰস্তুতি অব্যাহত আছে।


Leave A Reply