July 22, 2024 ধেমাজিৰ চমৰাজানত গণেশ বৰ্মনৰ মৃতদেহ উদ্ধাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ধেমাজিৰ চমৰাজানত মৃতদেহ উদ্ধাৰ। মৃতদেহটো ২ নং শান্তিপুৰৰ গণেশ বৰ্মনৰ। শনিবাৰে জীয়াঢলত মাছ মাৰিবলৈ গৈছিল গণেশ। তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল গণেশ। আজি চমৰাজানত জীয়াঢল নদীত উদ্ধাৰ মৃতদেহটো। SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক দৈনন্দিন বাৰ্তা - December 13, 2025