July 22, 2024 ধেমাজিৰ চমৰাজানত গণেশ বৰ্মনৰ মৃতদেহ উদ্ধাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ধেমাজিৰ চমৰাজানত মৃতদেহ উদ্ধাৰ। মৃতদেহটো ২ নং শান্তিপুৰৰ গণেশ বৰ্মনৰ। শনিবাৰে জীয়াঢলত মাছ মাৰিবলৈ গৈছিল গণেশ। তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল গণেশ। আজি চমৰাজানত জীয়াঢল নদীত উদ্ধাৰ মৃতদেহটো। SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো। Author: দৈনন্দিন বাৰ্তা Related Articles নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026 ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026