Ganesh Chaturthi: আজি গণেশ চতুৰ্থীঃ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ ভিৰ

আজি গণেশ চতুৰ্থী।(Ganesh Chaturthi)

পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে মন্দিৰে মন্দিৰে ভক্তৰ আগমণ।

ৰাজ্যৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ ভিৰ।

গণেশগুৰিৰ গণেশ মন্দিৰতো ভক্তৰ দীঘলীয়া শাৰী।

মংগল কামনাৰে গণেশ বাবাক আৰাধনা ভক্তৰ।


Related Articles