October 30, 2023 মহানগৰীৰ চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত গংগা চৌধুৰীৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail মহানগৰীৰ চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত আহত গংগা চৌধুৰীৰ মৃত্যু৷ GMCHত মৃত্যু হয় মহিলাগৰাকীৰ৷ সুৰামত্ত চালকে মহটিয়াই নিছিল মহিলাসহ এখন বাহন৷ চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন৷ Author: দৈনন্দিন বাৰ্তা Related Articles গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi দৈনন্দিন বাৰ্তা - March 10, 2026 ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া: দৈনন্দিন বাৰ্তা - February 28, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026