October 30, 2023 মহানগৰীৰ চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত গংগা চৌধুৰীৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail মহানগৰীৰ চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত আহত গংগা চৌধুৰীৰ মৃত্যু৷ GMCHত মৃত্যু হয় মহিলাগৰাকীৰ৷ সুৰামত্ত চালকে মহটিয়াই নিছিল মহিলাসহ এখন বাহন৷ চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন৷ Author: দৈনন্দিন বাৰ্তা Related Articles ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি । XASIPOTIYA PUTHI দৈনন্দিন বাৰ্তা - July 23, 2025 জৈৱিক কৃষিৰে বহিঃৰাজ্যত বজাৰ দখল গোলাঘাটৰ কৃষকৰ । Golaghat দৈনন্দিন বাৰ্তা - July 10, 2025 Bageshwar Dham বাগেশ্বৰ ধামত দুৰ্ঘটনা: দেৱাল খহি এজন ভক্তৰ মৃত্যু, আহত ১২ জন দৈনন্দিন বাৰ্তা - July 8, 2025