Garima Saikia Garg: সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ।(Garima Saikia Garg)

স্বামী জুবিন গাৰ্গকলৈ পুনৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ।

কেইখনমান ফটোৰে আবেগ-বিহ্বল পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ-

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিছে-

সপোন ৰঙৰ জীৱন তুমি..

আকৌ এবাৰলে আহানা উভটি..

Related Articles