Garuva Gogi । ভাৰতীয় জাতীয় কংগ্ৰেছে এখন গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ । কংগ্ৰেছ হাইকমান্ডে গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি হিচাপে নিযুক্ত কৰিছে। এই নিযুক্তিৰ ফলস্বৰূপে ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে।

একেদৰে, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে তিনিগৰাকী নেতাক নিযুক্ত কৰা হৈছে। তেওঁলোকে হৈছে —
- জাকিৰ হুছেইন শিকদাৰ
- ৰৌজলীনা তিৰ্কি
- প্ৰদীপ সৰকাৰ
