Breaking

পুনৰবাৰ এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত গৌতম আদানী…

0 81

আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে পুনৰবাৰ এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।
চীনৰ কোটিপতি ঝং ছানছানক পৰাস্ত কৰিলে গৌতম আদানীয়ে।

ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকত এতিয়া গৌতম আদানীয়ে মুঠ ৬১.৮ বিলিয়ন ডলাৰ আৰু ৬১.৬ বিলিয়ন ডলাৰেৰে ১৯ নম্বৰ স্থানত আছে।

Leave A Reply