December 19, 2022 ফিফা বিশ্বকাপত উত্তৰ–পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা সাংবাদিক গীতিকা তালুকদাৰ Share FacebookTwitterWhatsAppTelegramKooEmail কাটাৰৰ ফিফা বিশ্বকাপৰ বহু ৰোমাঞ্চকৰ মূৰ্হুত নিজ কেমেৰাত বন্দি কৰি বিশ্ববাসীলৈ আগবঢ়োৱা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা ফটো সাংবাদিক গীতিকা তালুকদাৰ। এয়া আমাৰ বাবে এক গৌৰৱৰ বিষয়। Author: দৈনন্দিন বাৰ্তা Related Articles উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ দৈনন্দিন বাৰ্তা - December 14, 2025 ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025