‘ৰাজনৈতিক দায়িত্বৰ পৰা মোক সকাহ দিয়ক’ : লোকসভাৰ সাংসদ গৌতম গম্ভীৰ…

‘ৰাজনৈতিক দায়িত্বৰ পৰা মোক সকাহ দিয়ক’। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ এই আহ্বান গৌতম গম্ভীৰৰ।

IPL ২০২৪ৰ বাবে কলকাতা নাইট ৰাইডাৰছ (KKR)ৰ মেণ্টৰৰ দায়িত্বত আছে গৌতম গম্ভীৰ।

উল্লেখ্য, লোকসভাৰ সাংসদ গৌতম গম্ভীৰ।

Related Articles