সু-খবৰ! আই পি এল ২০২২ৰ নিলাম তালিকাত ডিব্ৰুগড়ৰ মুখতাৰ হুছেইনৰ নাম

আই পি এল ২০২২ৰ নিলাম তালিকাত ডিব্ৰুগড়ৰ ল’ৰা মুখতাৰ হুছেইনৰ নাম৷

২০২৩ চনৰ আই পি এলৰ ছিজনত মুঠ ৯৯৯ গৰাকী খেলুৱৈৰ নাম পঞ্জীয়ন কৰা হৈছে, ইয়াৰে ডিব্ৰুগড়ৰ মুখতাৰ হুছেইনৰ নাম বাছনি কৰা হৈছে।


বিজয় হাজাৰে ট্ৰফীত মুখতাৰ ভাল প্ৰদৰ্শন।মুখতাৰ হুছেইন এজন অল ৰাউণ্ড বেলাৰ।
মুখতাৰ হুছেইনে ২০১৭-২০১৮ বিজয় হাজাৰে ট্ৰফী খেলিছিল।

বৰ্তমান আই পি এলৰ একচন লিষ্টত আছে মুখতাৰৰ নাম।

Related Articles