Breaking

ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ

0 2,022

আগন্তুক উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক সুখবৰ । পৰীক্ষা আৰু কেন্দ্ৰৰ মাচুল ৰেহাই কৰি দিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় দুই লাখতকৈ কম, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে ৰেহাই পাব কেন্দ্ৰ আৰু পৰীক্ষাৰ মাচুল । অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে এই সন্দৰ্ভত কালি অৰ্থাৎ ১১-১১-২০২১ তাৰিখৰ AHSEC/CoE/HSFE-22/Notification/2021/03 নং জাননী যোগে অৱগত  কৰিছে ।

Leave A Reply