Breaking

নৱবৰ্ষৰ প্ৰথমটো দিনতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ, গুৱাহাটী মহানগৰীত চলিব ২০০খন E-BUSৰ…

0 34

ইংৰাজী নৱবৰ্ষ ২০২৪ৰ প্ৰথমটো দিনতে ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।


আজিৰে পৰা গুৱাহাটী মহানগৰীত ২০০খন E-BUSৰ চলাচল আৰম্ভ হ’ব।


আজি ৰূপনগৰত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব নতুন E-BUS। ASTCৰ অধীনত চলাচল নতুনকৈ সংযোজিত এই বাছসমূহ।

Leave A Reply