নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাল খবৰ, হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য…

নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাল খবৰ।
হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।


দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৰ্তমান ১,৭৫৫.৫০ টকা।
আনহাতে মুম্বাইত ১৭০৮.৫০ টকা, চেন্নাইত ১৯২৪.৫০ টকা।

Related Articles