Breaking

বুধবাৰে ৰাজ্যপাল জগদীশ মুখীয়ে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে অধ্যাপক ড০ ৰমেশ চন্দ্ৰ ডেকাক শপতবাক্য পাঠ কৰোৱাই

0 565

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে আজি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে অধ্যাপক ড০ ৰমেশ চন্দ্ৰ ডেকাক শপতবাক্য পাঠ কৰোৱাই।এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু।

উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰি নৱনিযুক্ত উপাচাৰ্যগৰাকীলৈ অভিনন্দন জনাই শিক্ষামন্ত্ৰী গৰাকীয়ে।লগতে ড০ ডেকাৰ সুপৰিচালনাত বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক উন্নতি কামনা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

Leave A Reply