Breaking

মায়ঙৰ পবিতৰা অভয়াৰণ্য পৰিদৰ্শন অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া..

0 92

গুৱাহাটীৰ পৰা বিশাল কনভয়ৰ সৈতে আজি পবিতৰাত উপস্থিত হয় অসমৰ ৰাজ্যপাল গৰাকী৷ ৰাজ্যপাল গৰাকীক পবিতৰাত উষ্ম আদৰণি জনাই মায়ঙৰ মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে পবিতৰাৰ বন বিভাগে৷ ইয়াৰ পাছত সু সজ্জিত জীপত উঠি পবিতৰাৰ এশিঙিয়া গড়ঁ আৰু পবিতৰাৰ নান্দনিক দৃশ্য উপভোগ কৰে ৰাজ্যৰ ৰাজ্যপাল আৰু তেওঁৰ সহৰ্ধমিণী কবিতা কাটাৰিয়া ৷

এওঁলোকৰ লগত সংগ দিয়ে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস শৰ্মা ,মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, পবিতৰাৰ DFO । পবিতৰাৰ বনবিষয়াৰ উপৰিও আন বহুতো প্ৰশাসনিক বিষয়া ।

Leave A Reply