বিদেশী নেতাৰ দীপাৱলী শুভেচ্ছা, দক্ষিণ আফ্ৰিকাতো দীপাৱলীৰ উদযাপন…

বিদেশী নেতাৰ দীপাৱলী শুভেচ্ছাঃ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই কয় যে পোহৰৰ উৎস দীপাৱলী, আমি বৈচিত্ৰ্য আৰু বহু বিশ্বাসৰ দেশ, সেইবাবেই আমি দীপাৱলীৰ গুৰুত্ব বুজি পাওঁ। বিশ্বজুৰি বসবাস কৰা হিন্দু আৰু শিখ সকলৰ বাবে দীপাৱলীৰ শুভেচ্ছা জনাইছে ঋষি সুনাক। আনহাতে শনিবাৰেও ১০ ডাউনিং ষ্ট্ৰীটতত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক আৰু তেওঁৰ পত্নীয়ে জনাই জন্মদিনৰ শুভেচ্ছা।

ইয়াৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই নিজৰ দেশৰ নাগৰিকক দীপাৱলী সন্দৰ্ভত এক বাৰ্তা প্ৰদান কৰিছে।


Related Articles