Breaking

পৱিত্ৰ ঈদ-উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদাৰ

0 1,127

কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলক পৱিত্ৰ ঈদ -উল ফিতৰ। ত্যাগ, সংযমেৰে এমাহ উপবাস তথা ৰমজানৰ ৰোজাৰ অন্তত মংঙলবাৰে উলহ মালহৰে পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকে পৱিত্ৰ ঈদ-উল-ফিতৰ।এই পবিত্ৰ ঈদ উল ফিতৰৰ ঈদ উল ফিতৰে সকলৰে মাজত সমন্বয়, একতা, তথা ভাতৃত্বৰ এনাজৰী টনকিয়াল হওঁক আৰু সকলোৰে মঙ্গল হওঁক।পৱিত্ৰ ঈদ-উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদাৰ।

Leave A Reply