Breaking

তিনিচুকীয়াৰ জাগুনত গ্ৰেনেড বিস্ফোৰণ, নিহত এজন কিশোৰ!

0 2,053

তিনিচুকীয়াৰ জাগুনত গ্ৰেনেড বিস্ফোৰণ। জাগুনৰ কথা ৰিজাৰ্ভৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। নদীৰ কাষত পৰি থকা গ্ৰেনেডটো এটি কিশোৰে হাতত তুলি লওঁতেই বিস্ফোৰণ ঘটে। এই বিস্ফোৰণত ১২ বছৰীয়া সুৰজ হাজং নামৰ কিশোৰজন নিহত হোৱা বুলি জানিব পৰা গৈছে। এই বিস্ফোৰণত এজন আহত হৈছে। আহতজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

Leave A Reply