Breaking

কাইলৈৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ ! প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ১২খন জিলাক…

0 73

কাইলৈৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ১২খন জিলাক৷ তালিকাত বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং,

কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ, ওদালগুৰি ৷ প্ৰথমবাৰৰ বাবে গুণোৎসৱৰ ১০% নম্বৰ সংলগ্ন হ’ব বছৰেকীয়া পৰীক্ষাত৷

প্ৰতিগৰাকী শিক্ষাৰ্থী গুণোৎসৱত উপস্থিত থকাটো বাধ্যতামূলক৷

Leave A Reply