August 9, 2023 পুনৰ STFৰ জেৰাৰ সন্মুখীন হ’ব গুটখা মাফিয়া উদয় শংকৰ চৌৰাছিয়া… Share FacebookTwitterWhatsAppTelegramKooEmail আজি পুনৰ STFৰ জেৰাৰ সন্মুখীন হ’ব গুটখা মাফিয়া উদয় শংকৰ চৌৰাছিয়া। পুৱা ১০ বজাত STFৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ। দুগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে চলাব জেৰা। চৌৰাছিয়াৰ বিৰুদ্ধে ১০০ কোটিৰো অধিক টকাৰ কৰফাঁকিৰ অভিযোগ। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026 গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী দৈনন্দিন বাৰ্তা - February 24, 2026