Breaking

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ শিশুদিৱস উদযাপন…

0 110

মহানগৰীৰ নাৰিকলবাৰীস্হিত লক্ষ্মীপ্ৰিয়া বৰুৱনী শিশু উদ্যানত ৰবিবাৰে গুৱাহাটী সাংস্কৃতিক গোষ্ঠীয়ে বিভিন্ন কাৰ্য্যসূচীৰে শিশু দিৱস উদযাপন কৰে ৷ শিশু দিৱস অনুষ্ঠানত ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে শিশুক বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা শিক্ষাবিদ ড° দয়ানন্দ পাঠক,নাট পৰিচালক দয়াল কৃষ্ণ নাথ, সাংবাদিক দিগন্ত নাথ,শিশু লেখিকা মান্তাচা জাহাংগীৰ,সমাজকৰ্মী তুলিকা বৰুৱা,কংকনা চহৰীয়া,লেখিকা ৰুনা লাইলা উপস্থিত থাকে ৷

শিক্ষাবিদ ড° দয়ানন্দ পাঠকে শিশুয়ে ভবিষ্যত জীৱন গঢ়াৰ ওপৰত চমু ভাষন প্ৰদান কৰে ৷উল্লেখ্য যে প্ৰতিষ্ঠাপক সম্পাদক ৰুমী ভূঞাই আতধৰা অনুষ্ঠানত বিভিন্নজনে গীতা পৰিবেশন কৰে

Leave A Reply