Guwahati Landslide: গুৱাহাটীত ভূমিস্খলনত তিনিজনকৈ লোকৰ মৃত্যু

গুৱাহাটীত বান-ভূমিস্খলনৰ ভয়াৱহ ৰূপ। (Guwahati Landslide)

গুৱাহাটীত ভূমিস্খলনত তিনিজনকৈ লোকৰ মৃত্যু।

বোন্দাৰ চপাইদঙত মহিলা, শিশুসহ ৩জনৰ মৃত্যু।

বোন্দাৰ দৈমুগুৰিত মৃত্যু মাতৃ পুনম গোস্বামী, কন্যা নীলাক্ষী গোস্বামীৰ।

পৰিয়ালটোৰ কাষতে বাস কৰা আন এটি শিশু কন্যা ৰঞ্জিতা বড়োৰো মৃত্যু।

তিনিমাহ পূৰ্বে দৈমুগুৰিত পাহাৰৰ দাঁতিত পৰিয়াল দুটাই ঘৰ সাজি বাস কৰিছিল।


Related Articles