মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপদস্থ।(Guwahati News)
আয়োজকে শিল্পীগৰাকীৰ হাতৰ পৰা কাঢ়ি নিলে মাইক্র’ফোন।
জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই চৰম অপমান দিগন্ত ভাৰতীক।(diganta bharati)
পত্নী ভাস্বতী ভাৰতীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আহিছিল দিগন্ত ভাৰতী।
দিগন্ত ভাৰতীক দেখা পাই গীত পৰিৱেশনৰ বাবে নিমন্ত্রণ জনাইছিল আয়োজক সমিতিয়ে।
আয়োজকে মঞ্চলৈ গীত পৰিৱেশন কৰিবলৈ মাতি গামোচাৰে সম্বৰ্ধনা যাঁচি অপমান শিল্পীগৰাকীক।
অত্যাধিক সুৰাপান কৰি অপমান কৰাৰ অভিযোগ কন্ঠশিল্পী ভাস্বতী ভাৰতীৰ।