Guwahati News: গুৱাহাটীৰ মহানগৰীক লৈ Smart City Limitedৰ নতুন পদক্ষেপ

অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা।(Guwahati News)

মহানগৰীক লৈ Smart City Limited ৰ নতুন পদক্ষেপ।

শীঘ্ৰেই আৰম্ভ হ’ব Intelligent City Surveillance System।

স্থাপন কৰা হৈছে অত্যাধুনিক কেমেৰা, Emargency Call Box।

যুৱতী-মহিলালৈ কুদৃষ্টি দিলেই পৰিব বিপদত।

নিশা যুৱতী-মহিলাক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত এই ব্যৱস্থা ।


Related Articles