গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নৱনিৰ্মিত দলঙৰ ওপৰত স্থাপন হ’ব টোলগে’ট

গুৱাহাটী মহানগৰীত স্থাপন হ’ব নতুন টোল প্লাজা।

বাহনেৰে মহানগৰীলৈ অহা লোকে ভৰিব লাগিব টোল।

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নৱনিৰ্মিত দলঙৰ ওপৰত স্থাপন কৰা হ’ব টোলগে’ট।

নিবিদা আহ্বান লোক নিৰ্মাণ বিভাগৰ।

১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব দলংখন!

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং মুকলিৰ পিছতে দলংখনত স্থাপন কৰা হ’ব নতুন টোল প্লাজা

আনহাতে কলিয়াবৰৰ চুলুঙত আজিৰ পৰা মুকলি এখন নতুন টোলগে’ট।

Related Articles