‘মুম্বাইৰ ছী-লিংক ব্ৰিজতকৈও আটকধুনীয়া হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং’ ! মালিগাঁৱৰ নীলাচল উৰণসেতু মুকলি কৰি মন্তব্য মুখ্যমন্ত্ৰীৰ…

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী সেতু মুকলি হ’ব ২০২৪ চনৰ দুৰ্গা পূজা সময়ত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ।

মুকলি হ’ল নৱনিৰ্মিত মালিগাঁৱৰ নীলাচল উৰণসেতু । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণসেতুখন। দীৰ্ঘ অপেক্ষাৰ অন্তত ৰাইজৰ বাবে সাজু উৰণসেতুখন।

পাণ্ডুঘাট, মালিগাঁও চাৰিআলি, কামাখ্যা গেট সংযোগী এই সেতু। ৪ লেনযুক্ত উৰণসেতুখনৰ দৈৰ্ঘ্য ২.৬ কিলোমিটাৰ। ৪২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে সেতুখন।

Related Articles