Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ত পুনৰ নিষিদ্ধ কৰা হ’ল সংবাদ মাধ্যম…

0 31

গুৱাহাটী বিশ্ববিদ্যালয়ত পুনৰ নিষিদ্ধ হ’ল সংবাদ মাধ্যম

গুৱাহাটী বিশ্ববিদ্যালয়ত পুনৰ নিষিদ্ধ সংবাদ মাধ্যম
বিশ্ববিদ্যালয়ৰ কু-কৰ্ম ঢাকিবলৈ এই সিদ্ধান্ত কৰ্তৃপক্ষৰ


শেহতীয়াকৈ বিশ্ববিদ্যালয়খনত সংঘটিত কেইবাটাও অনিয়ম
নিৰাপত্তা বিষয়াৰ কু-কর্ম সন্দৰ্ভতা সম্প্ৰচাৰ হৈছিল বাতৰি


এনে কু-কর্মক গাপ দিবলৈ সংবাদ মাধ্যমক নিষিদ্ধ কৰিলে বিশ্ববিদ্যালয় কর্তৃপক্ষই

Leave A Reply